←Back to Topic Hubs
Topic Hub · 1 Source · First seen 1h ago

৭৮ বছৰৰ পিছত ৰঞ্জী ট্ৰফীত ইতিহাস সৃষ্টি উত্তৰ-পূবৰ বেটছমেনৰ

CROSS-MEDIA COVERAGE SPLIT
1 Mainstream0 Grassroots0 Discourse
MAINSTREAM (1)
৭৮ বছৰৰ পিছত ৰঞ্জী ট্ৰফীত ইতিহাস সৃষ্টি উত্তৰ-পূবৰ বেটছমেনৰ
Asomiya Pratidin· Mainstream· 1h ago

৭৮ বছৰৰ পিছত ৰঞ্জী ট্ৰফীত ইতিহাস সৃষ্টি উত্তৰ-পূবৰ বেটছমেনৰ

ভাৰতীয় ঘৰুৱা ক্ৰিকেটত ইতিহাস ৰচিছে মিজোৰামৰ বেটছমেন চিন্ময় সুতাৰে। ৰঞ্জী ট্ৰফী ২০২৬-২৭ ছিজনৰ প্লেট গ্ৰুপৰ মেচত নাগালেণ্ডৰ বিৰুদ্ধে একেটা ইনিংছতে ৪০০ ৰান সংগ্ৰহ কৰি বিৰল কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে চিন্ময়।

GRASSROOTS (0)

No grassroots reports in this hub.

PUBLIC DISCOURSE (0)

No discourse threads in this hub.